কামৰূপ, ১৩ ফেব্ৰুৱাৰীঃ উত্তৰ গুৱাহাটী GNRC ৰ পঞ্চম বার্ষিকি প্ৰতিষ্ঠা দিৱস উদযাপন। পাঁচ বছৰত GNRC চিকিৎসালয় তৰফৰ পৰা ৬ লাখ লোকক সেৱা প্রদান। অনুষ্ঠানত GNRCৰ কাৰ্যাবাহি বিষয়া ডঃ মাধুৰ্য বৰাকে ধৰি কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক উপস্থিত থাকে। আনহাতে, প্ৰথম ২৪ ঘণ্টা ৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ জৰিয়তে প্ৰায় ৩০ হাজাৰ লোক উপকৃত হোৱা বুলি সং বাদ মেলত সদৰী কৰে চিকিৎসালয় কৰ্তৃপক্ষই ।