অসম

assam

By

Published : Jul 11, 2019, 6:37 PM IST

ETV Bharat / state

আজিৰে পৰা বন্ধ ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা

বাৰিষাৰ লগে লগেই বিপদসীমাৰ ওপৰেদি বৈ আছে ব্ৰহ্মপুত্ৰ ৷ জলপৃষ্ঠ বৃদ্ধিৰ প্ৰতি লক্ষ্য় ৰাখি ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ ৷

আজিৰে পৰা বন্ধ ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা

গুৱাহাটী, 11 জুলাইঃ বাৰিষাৰ লগে লগেই ব্ৰহ্মপুত্ৰত বৃদ্ধি পাইছে জলস্তৰ ৷ শেহতীয়াকৈ বিপদসীমাৰ ওপৰেদি বৈ আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷

আজিৰে পৰা বন্ধ ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা

নৈখনৰ জলপৃষ্ঠ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰীসেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি, উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত আজি সন্ধিয়াৰে পৰা বন্ধ হৈ পৰিব ফেৰী সেৱা ৷ আনহাতে নিশাৰ ভাগলৈ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত পৰিবহন নিগমৰ অতিৰিক্ত বাছৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷

অধিক পঢ়কঃ উদ্ধাৰ হ'ল নাও দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোক

ABOUT THE AUTHOR

...view details