গুৱাহাটী,২৯ মে': মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাসত লণ্ডভণ্ড হ'ল এখন বিদ্যালয়। নিশাৰ আন্ধাৰত বতাহঘুলী প্ৰাথমিক বিদ্যালয়ত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাত ভাঙি পৰিল বিদ্যালয়খনৰ খিৰিকীৰ লগতে পানীৰ টেংকীৰ পাইপ। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিদ্যালয়খনত বন্যহস্তীয়ে আক্ৰমণ চলাইছিল।
মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস: লণ্ডভণ্ড বিদ্যালয়
মহানগৰীৰ বতাহঘুলী প্ৰাথমিক বিদ্যালয়ত বন্যহস্তীয়ে উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে। অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।
মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস : লণ্ডভণ্ড বিদ্যালয়
বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে।