অসম

assam

ETV Bharat / state

মহানগৰীত ড্ৰাগছ সৰবৰাহকাৰী আটক

সোমবাৰে ভূতনাথৰ পৰা গ্ৰেপ্তাৰ হোৱা দ্বীপ কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিশা গ্ৰেপ্তাৰ কৰা হয় চফিকুলক । উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ নিৰ্দেশনাৰ ভিত্তিতে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ।

By

Published : Jun 4, 2019, 6:32 PM IST

মহানগৰীত ড্ৰাগছ ব্যৱসায়ী আটক

গুৱাহাটী, 4 জুন : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই মালিগাঁও কালাপানীত এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিছে ৷ ভৰলুমুখ আৰক্ষীয়ে আটক কৰা চফিকুল ইছলামৰ পৰা জব্দ কৰিছে ড্ৰাগছসহ নগদ 21 হাজাৰ টকা ৷

মহানগৰীত ড্ৰাগছ ব্যৱসায়ী আটক

সোমবাৰে ভূতনাথৰ পৰা গ্ৰেপ্তাৰ হোৱা দ্বীপ কলিতাৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নিশা গ্ৰেপ্তাৰ কৰা হয় চফিকুলক । উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ নিৰ্দেশনাৰ ভিত্তিতে মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান ।

ABOUT THE AUTHOR

...view details