গুৱাহাটী, 21 জুলাই : যোৱা কিছুদিন পূৰ্বে মহানগৰীৰ ভূতনাথত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাৰ পাছতে নিখোজ হৈছিল যোৰহাটৰ যুৱক অসীম বৰুৱা ৷ মোবাইল ফোনৰ বাবেই চণ্ডাল আৰু যুৱকজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছতে বৰলুইতৰ বুকুলৈ অসীমক ঠেলি দিছিল চণ্ডাল ভগীৰথ সৰকাৰে ৷
চণ্ডালৰ স্বীকাৰোক্তি : বৰলুইতৰ বুকুলৈ ঠেলি দিছিল অসীমক - নিৰুদ্দেশ অসীম বৰুৱা
অসীম বৰুৱা নিৰুদ্দেশ সন্দৰ্ভত চণ্ডালৰ স্বীকাৰোক্তি ৷ বৰলুইতৰ বুকুলৈ ঠেলি দিছিল অসীমক ৷

চণ্ডালৰ স্বীকাৰোক্তি
চণ্ডালৰ স্বীকাৰোক্তি
চণ্ডাল ভগীৰথতে নিজে এই অকপট স্বীকাৰোক্তি কৰিছে ৷ কাজিয়াৰ পূৰ্বে অসীমে শেষবাৰৰ বাবে মাতৃৰ সৈতে ফোনত কথা পাতিছিল বুলিও জানিবলৈ দিয়ে অভিযুক্ত চণ্ডালটোৱে ৷