গুৱাহাটী, 4 জুলাইঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰঞ্জিত বৰপূজাৰী ছাত্ৰবাসৰ চৌহদত অনুষ্ঠিত হয় শ্বহীদ সকলৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ ভাষা আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত অনু্ষ্ঠিত হৈ যায় এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ কটনত ডঃ সমুজ্জল ভট্টাচাৰ্য - সমুজ্জল ভট্টাচাৰ্য
শ্বহীদ ৰঞ্জিত বৰপূজাৰীকে ধৰি অন্যান্য শ্বহীদসকলৰ স্মৃতিত কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানঃ কটনত ডঃ সমুজ্জল ভট্টাচাৰ্য
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ ভৱেশ চন্দ্ৰ গোস্বামী, সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীকে ধৰি আছুৰ উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়াকে ধৰি অন্যান্য ভাষাসমূহৰ উন্নতিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ডঃ ভট্টাচাৰ্যই ৷