গুৱাহাটী, ২ এপ্ৰিলঃ প্ৰচণ্ড বতাহ বৰষুণৰ মাজত ঠিয় হৈ নিজৰ দায়িত্ব পালন কৰিছিল এগৰাকী কনিষ্টবলে । সেইগৰাকী হৈছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰকনিষ্টবল মিথুন দাস ।
আৰক্ষী আয়ুক্ত কাৰ্যালয়ত সন্মানিত মিথুন দাস - Constable Mithun Das
তীব্ৰ বতাহ বৰষুণৰ মাজত কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দি নিজৰ দায়িত্ব পালন কৰিছিল মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ এইগৰাকী কনিষ্টবলে ।
![আৰক্ষী আয়ুক্ত কাৰ্যালয়ত সন্মানিত মিথুন দাস](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2881535-466-76ccc875-4cba-4476-829c-3fbe69baa819.jpg)
মিথুন দাস
মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত আজি সন্মানিত কৰা হয় মিথুন দাসক ।
মিথুন দাস
.