গুৱাহাটী, 1মেঃ অশোক বুক ষ্টলৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত উন্মোচন কৰা হয় ৰমেশ পাঠকৰ গ্ৰন্থ "উচ্চতৰ অসমীয়া ব্যাকৰণ"। উন্মোচনী সভাত হোমেন বৰগোঁহাঞি আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ লগতে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। গ্ৰন্থখনৰ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিয়ে।
"উচ্চতৰ অসমীয়া ব্যাকৰণ"গ্ৰন্থৰ উন্মোচন - সাহিত্যিক হোমেন বৰগোঁহাঞি
ভাষাবিদ ৰমেশ পাঠকৰ জন্ম দিনৰ লগত সংগতি ৰাখি মুকলি কৰা হয় এই গ্ৰন্থ ৷ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিয়ে

"উচ্চতৰ অসমীয়া ব্যাকৰণ" গ্ৰন্থৰ উন্মোচন
"উচ্চতৰ অসমীয়া ব্যাকৰণ" গ্ৰন্থৰ উন্মোচন
ভাষাবিদ ৰমেশ পাঠকে জন্ম দিনৰ লগত সংগতি ৰাখি কিতাপ খন সাধাৰণ জনতাৰ মাজলৈ মুকলি কৰিছে বুলি উল্লেখ কৰে ৷ লগতে তেওঁ জানিবলৈ দিয়া মতে "উচ্চতৰ অসমীয়া ব্যাকৰণ" গ্ৰন্থখনে ন-শিকাৰু সকলৰ লগতে সাধাৰণ জনতাকো উপকৃত কৰিব।