অসম

assam

By

Published : Mar 23, 2019, 8:10 PM IST

ETV Bharat / state

স্বৰ্ণকন্যা উপাধিৰে বিভূষিত হিমা দাস

ৰাজ্যৰ কেইবাজনো বিশষ্ট ব্যক্তিক সন্মান প্ৰদান ৷ জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক গীতৰত্ন, জুবলি বৰুৱাক সংগীত কুঁৱৰী, বিপিন চাউদাঙক সংগীত সৌৰভ, নীল আকাশক সংগীত কোঁৱৰৰ লগতে অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ৰসৰত্ন উপাধিৰে সন্মান জনায় সাংস্কৃতিক মহাসভা, অসমে ।

সাংস্কৃতিক মহাসভাৰ বঁটা প্ৰদান

গুৱাহাটী, 23 মাৰ্চঃ হিমা দাসকস্বৰ্ণকন্যা উপাধি প্ৰদান অসম সাংস্কৃতিক মহাসভাৰ ৷ ইয়াৰ লগতে ৰাজ্যৰ সংবাদ আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সন্মানিত কৰে সাংস্কৃতিক মহাসভাই ৷

সাংস্কৃতিক মহাসভাৰ বঁটা প্ৰদান

জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক গীতৰত্ন, জুবলি বৰুৱাক সংগীত কুঁৱৰী, বিপিন চাউদাঙক সংগীত সৌৰভ, নীল আকাশক সংগীত কোঁৱৰৰ লগতে অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ৰসৰত্ন উপাধিৰে সন্মান জনায় সাংস্কৃতিক মহাসভা, অসমে ।

ABOUT THE AUTHOR

...view details