মোডীৰ অসম ভ্ৰমণৰ সময়তেই টংলাত দাহ প্ৰধানমন্ত্ৰীৰ পুত্তলিকা - Assu
টংলা ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ৰাজপথ
ওদালগুৰি, ৯ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে উত্তাল হ'ল ওদালগুৰি জিলাৰ টংলা । টংলা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে সাব্যস্ত কৰিলে প্ৰতিবাদ ।
Last Updated : Feb 10, 2019, 8:39 AM IST