অসম

assam

ETV Bharat / state

দৰঙত চুলাইৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি - কৃষক মুক্তি সংগ্ৰাম সমিতি

আবকাৰী মন্ত্ৰীৰ পদত্যাগৰ দাবী সংগঠনটোৰ

KMSS

By

Published : Feb 25, 2019, 6:08 PM IST

দৰং, ২৫ ফেব্ৰুৱাৰীঃ অবৈধ চুলাই মদৰ ঘাটিসমূহৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত সোমবাৰেদৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

KMSS
আবকাৰী বিভাগৰ কমিচনৰাজৰ বাবেই দৰঙত অবৈধ চুলাইৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পদত্যাগৰ দাবী

ABOUT THE AUTHOR

...view details