- ভৰলুমুখ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী
- ভূতনাথত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আটক ধৃত ড্ৰাগছ ব্যৱসায়ী চাহিনুল ইছলাম
- লগতে উদ্ধাৰ কৰে 1.800 গ্ৰাম ড্ৰাগছসহ নগদ 2,450 টকা আৰু ড্ৰাগছ সেৱন কৰা সামগ্ৰী
- দক্ষিণ কামৰূপৰ নগৰবেৰাৰ ড্ৰাগছ ব্যৱসায়ীটো ভাৰতীয়া হিচাবে বাস কৰিছিল ভূতনাথ দোলগীতত
- সম্প্ৰতি ভৰলুমুখ আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে চাহিনুল ইছলামক মহানগৰীত ড্ৰাগ্চ সহ আটক এজন
মহানগৰীত ড্ৰাগছসহ আটক এজন - চাহিনুল ইছলাম
মহানগৰীৰ ভূতনাথত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী চাহিনুল ইছলামক। লগতে উদ্ধাৰ 1800 গ্ৰাম ড্ৰাগছসহ নগদ 2,450 টকা আৰু ড্ৰাগছ সেৱন কৰা সামগ্ৰী
![মহানগৰীত ড্ৰাগছসহ আটক এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3633588-thumbnail-3x2-opo.jpg)
মহানগৰীত ড্ৰাগ্চ সহ আটক এজন