অসম

assam

ETV Bharat / state

মাডাৰ অল্ড এজ হোমত উপস্থিত পাপন

জনপ্ৰিয় শিল্পী গৰাকীক কাষত পাই আনন্দত আত্মহাৰা মাডাৰ অল্ড এজ হোমৰ আৱাসী সকল

By

Published : Mar 25, 2019, 7:48 PM IST

মাডাৰ অল্ড এজ হোমত উপস্থিত পাপন

গুৱাহাটী, 25 মাৰ্চঃ অসম সন্তান তথা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তসোমবাৰে উপস্থিত হ'ল মহানগৰীস্থিত বৃদ্ধা আবাস মাডাৰ অল্ড এজ হোমত ৷ উপস্থিত হৈ শিল্পী গৰাকীয়ে আইতা সকলৰ সৈতে কটালে এক মধুৰ সময় ৷

মাডাৰ অল্ড এজ হোমত উপস্থিত পাপন

আনহাতে, জনপ্ৰিয় শিল্পী গৰাকীক কাষত পাই আনন্দত আত্মহাৰা হ'ল মাডাৰ অল্ড এজ হোমৰ আৱাসী সকল ৷ পাপনে আইতাসকল আশীষ লৈ বৃদ্ধাৱাসত পৰিৱেশন কৰিলে কেইবাটাও জনপ্ৰিয় গীত ৷

ABOUT THE AUTHOR

...view details