ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত ব্যৱহাৰ প্লাষ্টিকৰ পতাকা - brahmaputra literary festival
প্লাষ্টিকৰ পতাকা ব্যৱহাৰ কৰাক লৈ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
![ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত ব্যৱহাৰ প্লাষ্টিকৰ পতাকা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2419541-881-b4ea89f2-c3c6-4de0-a0ba-ef817fe1866c.jpg)
AJYCP
গুৱাহাটী, ১১ ফেব্ৰুৱাৰীঃ ভাৰতৰ জাতীয় পতাকাৰ লগতে আন দেশৰ প্লাষ্টিক পতাকা ব্যৱহাৰক লৈ তীব্ৰ গৰিহণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । ৯ ফেব্ৰুৱাৰীৰ পৰা মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা দ্বিতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ আজি আছিল অন্তিম দিন । দেশী বিদেশী বহু গুণী-জ্ঞানী লোকে অংশ গ্ৰহণ কৰিছে এই অনুষ্ঠানত।
AJYCP