অসম

assam

ETV Bharat / state

নগাঁৱত অগপৰ বিজয় উৎসৱ - নাগৰিকত্ব সংশোধনী বিধেয়ক

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন

nagaon

By

Published : Feb 13, 2019, 11:19 PM IST

nagaon AJP
নগাওঁ, ১৩ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাক লৈ নগাঁৱত অগপই পালন কৰে বিজয় উৎসৱ। নগাঁৱৰ শ্বহীদ ভৱনৰ সমীপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আটচবাজীৰে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোত।

ABOUT THE AUTHOR

...view details