শিলচৰ,13 জানুৱাৰী : কাছাৰ জিলাৰ বৰখলা নিৰ্বাচনী চক্রৰ অধীনৰ মাছুঘাট পঞ্চায়ত মঙলবাৰে অন্নপূর্ণাঘাটৰ পানী টেংকিৰ শুভ উদ্বোধন কৰে বিধায়ক কিশোৰ নাথে ৷ এই পানী টেংকিৰ ফলত এলেকাটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া পানীৰ সমস্যা দূৰ হ’ব বুলি বিধায়ক গৰাকীয়ে সদৰি কৰে ৷
কাছাৰত পানী টেংকি উদ্বোধন বিধায়ক কিশোৰ নাথৰ - বিধায়ক কিশোৰ নাথ
মঙলবাৰে কাছাৰৰ অন্নপূর্ণাঘাটৰ পানী টেংকিৰ শুভ উদ্বোধন বিধায়ক কিশোৰ নাথৰ ৷ পানীৰ সমস্যা দূৰ হোৱাৰ আনন্দত বিধায়কৰ সৈতে নৃত্যত বিভোৰ অঞ্চলবাসী ৷
কাছাৰত পানী টেংকি উদ্বোধন বিধায়ক কিশোৰ নাথৰ
পানীৰ সমস্যা দূৰ হোৱাৰ বাবে বিধায়কৰ সৈতে নৃত্য পৰিৱেশন কৰিলে ৰাইজে । উক্ত অনুষ্ঠানত উপস্থিত থাকে পূর্ব বডৰখলা জিলা পৰিষদৰ প্রতিনিধি বিধু ভূষণ নাথ, মাছুঘাট এপি সদস্যা বৃন্দা ৰাণী শর্মা ৷
লগতে পঢ়ক :লখিমপুৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ তিনি শতাধিক আশাকৰ্মীৰ