Gujarat Assembly polls: 5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ
গুজৰাট নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সমাগত গুজৰাট নিৰ্বাচনত প্ৰায় 5 কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব (Nearly 5 crore voters to exercise their franchise in Gujarat Assembly polls)৷ অহা ১ ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাট বিধানসভাৰ নিৰ্বাচন (Gujarat assembly election) ৷
Gujrat election 2022: গুজৰাটত যুৱ ভোটাৰে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা
সমাগত গুজৰাট বিধানসভা নিৰ্বাচন (Gujrat election 2022)৷ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলবোৰ ৷ আগন্তক নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যুৱ ভোটাৰে(Young voters will play decisive role in Gujrat election) ৷
Mangaluru blast: মাংগালুৰু বিস্ফোৰণৰ সৈতে জড়িত অসমৰ যুৱকক গ্ৰেপ্তাৰ
মাংগালুৰুত সংঘটিত বিস্ফোৰণৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ কন্যাকুমাৰীত গ্ৰেপ্তাৰ কৰা হৈছে আজিম ৰহমান নামৰ অসমৰ এজন যুৱকক (Mangaluru blast) ৷
Mangaluru autorickshaw blast: অভিযুক্ত শ্বৰিক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰদ্বাৰা প্ৰভাৱিত হোৱাৰ অভিযোগ
মাংগালুৰু অট’ৰিক্সা বিস্ফোৰণৰ গোচৰৰ অভিযুক্ত মহম্মদ শ্বৰিকক চিনাক্ত কৰিবলৈ মাংগালুৰুৰ ফাদাৰ মুলাৰ চিকিৎসালয়ত উপস্থিত হৈছেহি পৰিয়ালৰ লোক (Mangaluru autorickshaw blast case)৷
Wild elephant attack: বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজন নিহত
ৰাজ্যজুৰি বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ডুমডুমাৰ বৰডুবি চাহ বাগিছাৰ টিংদলঙত বন্যহস্তীৰ এটা বৃহৎ জাকৰ আক্ৰমণত একেটা পৰিয়ালৰ দুজনকৈ লোক নিহত হয় (Man Elephant conflict at Doomdooma) ৷ দেওবাৰে নিশা ১১ মান বজাত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ৷