আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা
চাবুৱাত নিশা ভলীবল খেলৰ মাজতে আছুৰ প্ৰতিবাদ (AASU's protest in Chabua) ৷ আছুৰ প্ৰতিবাদ দেখি খেলপথাৰৰ পৰাই বেৰিকেড পাৰ হৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা ৷
Dibrugarh SP pressmeet : আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ
আছু আৰু ডিব্ৰুগড় আৰক্ষীৰ মাজত সংঘটিত হৈ থকা তীব্ৰ সংঘাতৰ (Clash betwwen Dibrugarh police And AASU) পিছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ৷ আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষকৰ ৷
সৰিয়হৰে তলিতে ওলাল ভুত : ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত গৃহৰক্ষী জোৱান
নগাঁৱত তুংগত আনন্দ মিশ্র বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs mission by team Ananda Mishra) । এইবাৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত এগৰাকী গৃহৰক্ষী জোৱান। হোজাই আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ ঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে সজীৱ গুলী। আৰক্ষীৰ জালত হোমগাৰ্ড মজিবুৰ ।
Demand for separate District: পৃথক জিলা গঠনৰ দাবীত ডিমা হাছাওত প্ৰতিবাদ
পৃথক জিলা গঠনৰ দাবীত বৃহস্পতিবাৰে ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামে ডিমা হাছাও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 2020 চনৰ 28 ডিচেম্বৰতে কমিটি গঠন কৰি দিয়াৰ পিচতো ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠন(Demand for separate District)ৰ প্ৰক্ৰিয়া আগ নবঢ়াত ইণ্ডিজিনাচ পিপলচ্ ফ’ৰামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
Cotton University Election 2022 : নিৰ্বাচনীৰ গৰম বতাহত উদুলি-মুদুলি কটন
কটন বিশ্ববিদ্যালয়ত চলিছে নিৰ্বাচনকেন্দ্ৰিক গৰম বতাহ (Cotton University Election 2022) ৷ 4 জানুৱাৰীত অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়খনৰ 2022-23 বৰ্ষৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ (Cotton University Election will be held on 4th January) । মুঠ 16 টা পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷