Patharughat massacre : ঐতিহাসিক পথৰুঘাট বিদ্ৰোহৰ স্থানক ৰাষ্ট্ৰীয় স্মাৰক হিচাপে নিৰ্মাণৰ আহ্বান দিলীপ শইকীয়াৰ
দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটৰ বিদ্ৰোহক সঠিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে সাংসদ দিলীপ শইকীয়াই । লোকসভাত সংসদৰ নিয়ম ৩৭৭ৰ অধীনত এই গুৰুত্বপূৰ্ণ বিষয়টো লিখিত ৰূপত উপস্থাপন কৰে সাংসদ শইকীয়াই (Dilip Saikia writting under Rule 377 of Parliament) ৷ উক্ত স্থানক ৰাষ্ট্ৰীয় স্মাৰক আৰু পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে আহ্বান ।
Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক
গ্ৰেপ্তাৰ হ’ল ৰাজ্য জোকাৰি যোৱা বিলাসীপাৰাৰ চাঞ্চল্যকৰ পথ দুৰ্ঘটনাৰ মূল খলনায়ক (Gang of devils group arrested) ৷ ভাৰত-বাংলাদেশ সীমান্তৰ আগমনিৰ হালাকুৰাৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেং অৱ ডেভিল গ্ৰুপৰ ছিনিয়ৰ বছ আখিৰুল ইছলাম, মিনহাজুল কৰিম আৰু সহিদুল ইছলামক ।
Wild elephants killed by electrical wires: আমগুৰিত ধোঁৱাচাঙত বন্যপ্ৰাণী সংৰক্ষণ আইন
২০১৭ চনৰ 13 নৱেম্বৰত আমগুৰি চাহ বাগিচাৰ অন্তৰ্গত টিফুক বাগিচাত উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হৈছিল দুটাকৈ বন্যহস্তীৰ (Wild elephants killed by electrical wires) ৷ এই ঘটনাই অতিক্ৰম কৰিলে সম্পূৰ্ণ পাঁচটা বছৰ ৷ কিন্তু আজিকোপতি এই সন্দৰ্ভত নহ’ল কোনো তদন্ত ৷
Clash in Tawang sector: ভাৰত-চীনে গ্ৰহণ কৰা স্থিতিত বাইডেন প্ৰশাসন সন্তোষ
ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বৰ্তমান এক অতি স্পৰ্শকাতৰ পৰ্যায়ত আছে । কেইবাবাৰো কূটনৈতিক আলোচনা হোৱা সত্ত্বেও 2020 চনত গালৱান উপত্যকা সীমান্ত সংঘৰ্ষৰ পিছৰে পৰা সম্পৰ্ক তিক্ত হৈ পৰিছে দেশ দুখনৰ মাজত (Galwan valley border conflict) । ইয়াৰ পিছতে টাৱাঙত ভাৰত-চীন সেনাৰ সংঘৰ্ষক লৈ আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিক্ৰিয়া অব্য়াহত । এই প্ৰসংগত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(White House react on Indo China Border clash ) ।
Qatar World Cup final 2022 : বিশ্বকাপৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনা
তৃতীয়টো বিশ্বকাপ খিতাপ অৰ্জনৰ আশাত বন্দী আৰ্জেণ্টিনা । ষষ্ঠবাৰলৈ বিশ্বকাপৰ ফাইনেলত দলটো (Argentina in FIFA world Cup final)। মঙলবাৰে ক্ৰোৱেছিয়াক ৩-০ গ'লত পৰাস্ত কৰি কাটাৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে মেছিৰ দলটোৱে ।