অসম

assam

ETV Bharat / state

কাছাৰত চিকিৎসক সহ তিনিজনৰ দেহত ক'ভিড-19 - কৰ'ণা ভাইৰাছ

কাছাৰত চিকিৎসকসহ তিনিজনৰ দেহৰ ক'ভিড-19 ৷ আক্ৰান্ত তিনিজনৰে নাই ভ্ৰমণ ইতিবৃত্ত ৷

আক্ৰান্ত তিনিজনৰে নাই ভ্ৰমণ ইতিবৃত্ত
কাছাৰত চিকিৎসক সহ তিনিজনৰ দেহত ক'ভিড-19

By

Published : Jul 2, 2020, 9:33 AM IST

শিলচৰ, 2 জুলাই :কাছাৰত এজন চিকিৎসকসহ 3 জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । আক্ৰান্ত চিকিৎসক গৰাকী ডঃ কৰিনা ৰাহা বুলি জানিব পৰা গৈছে ।

কাছাৰত চিকিৎসক সহ তিনিজনৰ দেহত ক'ভিড-19

উল্লেখ্য যে,আক্ৰান্ত চিকিৎসকগৰাকী শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ইএনটি বিভাগত কৰ্মৰত আছিল । তেওঁৰ উপৰিও আক্ৰান্ত হোৱা এগৰাকী মহিলা আৰু এজন সেনাকৰ্মীৰ কোনো ভ্ৰমণ ইতিবৃত্ত নাই বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : দলগাঁৱত বানাক্ৰান্তলৈ AIUDF ৰ সাহাৰ্য বিতৰণ

ABOUT THE AUTHOR

...view details