অসম

assam

ETV Bharat / state

সুস্মিতা দেবৰ পদ ত্যাগকলৈ উত্তেজনা শিলচৰত - susmita dev resign

প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা খবৰ লাভ কৰাৰ লগে লগে শিলচৰত উত্তপ্ত পৰিস্থিতি । একাংশ উত্তেজিত কংগ্ৰেছ কৰ্মীয়ে শিলচৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ বিভিন্ন সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰে ।

সুস্মিতা দেবৰ পদ ত্যাগকলৈ উত্তেজনা শিলচৰত
সুস্মিতা দেবৰ পদ ত্যাগকলৈ উত্তেজনা শিলচৰত

By

Published : Mar 6, 2021, 8:29 PM IST

শিলচৰ, ৬ মাৰ্চ:প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা খবৰ লাভ কৰাৰ লগে লগে শিলচৰত উত্তপ্ত পৰিস্থিতি । একাংশ উত্তেজিত কংগ্ৰেছ কৰ্মীয়ে শিলচৰৰ কংগ্ৰেছ কাৰ্যালয়ৰ বিভিন্ন সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰে । প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত থকা জিতেন্দ্ৰ সিঙৰ লগতে শীৰ্ষ নেতৃত্বৰ ফটো সম্বলিত বেনাৰ পোষ্টাৰ জুই সংযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ।

সুস্মিতা দেবৰ পদ ত্যাগকলৈ উত্তেজনা শিলচৰত

ইফালে কংগ্ৰেছ কৰ্মীসকলৰ ক্ষোভ যদি সুস্মিতা দেৱে পদত্যাগ কৰে তেনেহ'লে দলে বলে কংগ্ৰেথ ত্যাগ কৰিব সমষ্টিৰ হাজাৰ হাজাৰ কৰ্মীয়ে । ইফালে টিকট প্ৰদানকলৈ কংগ্ৰেছ শীৰ্ষ নেতৃত্বই ৰাজনীতি কৰাৰ অভিযোগ কৰ্মীসকলৰ ।

লগতে পঢ়ক:মহাজোঁট বন্ধনত হতাশঃ চিপিআইএমএল (হিলছ)ৰ নিজা প্ৰাৰ্থী তালিকা ঘোষণা

For All Latest Updates

ABOUT THE AUTHOR

...view details