শিলচৰ,২৬জুন: বানিজ্য শাখাত ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ বিনিতা সাহাই তৃতীয় আৰু আদিত্য দত্তই নৱম স্থান আৰু বিবেকানন্দ জুনিয়ৰ কলেজৰ সুমিতা ৰয়ে অষ্টম স্থান দখলেৰে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । কাছাৰ জিলাৰ জিলা উপায়ুক্ত কিৰ্থী জালিৰ উপস্থিতি আয়োজিত সম্বৰ্ধনা অনুস্থানটোত তিনিওগৰাকী সফল পৰীক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ।
বাণিজ্য শাখাত স্থান লাভ কৰা তিনি কীৰ্তিমানক কাছাৰত সম্বৰ্ধনা - assam higher secondary education council
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বানিজ্য শাখাত শীৰ্ষস্থান দখল কৰা তিনিগৰাকীকৈ মেধাবী শিক্ষাৰ্থীক শুকুৰবাৰে কাছাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা ।
উ: মা:ৰ ফলাফলৰ বাণিজ্য শাখাৰ শীৰ্ষত কাছাৰৰ তিনি শিক্ষাৰ্থী : প্ৰশাসনে জনালে সম্বৰ্ধনা
বিশেষকৈ বানিজ্য শাখাত যুৱতীয়ে দেখুওৱা ফলাফলত সম্তুষ্টি লাভ কৰি জিলা উপায়ুক্ত গৰাকীয়ে অনাগত দিনতো অধিক সফলতা কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিলে তিনিওগৰাকী শিক্ষাৰ্থীক ।