- নিহত ছাত্ৰজন বৰখলাৰ কুমাৰ সিংহ
- মৰণোত্তৰ পৰীক্ষণৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ ছাত্ৰজনৰ মৃতদেহ
কাছাৰৰ বৰখলাৰ ডলু নৈত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি - কাছাৰ
পুৰন্দৰপুৰ ডলু-জাঠিঙ্গাৰ নদীৰ সংযোগ স্থলত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ

কাছাৰৰ বৰখলাৰ ডলু নৈত গা ধুবলৈ গৈ ছাত্ৰৰ সলিল সমাধি