শিলচৰ,17 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ পিছপৰি থকা নাই বৰাক উপত্যকাও ৷ বৰাকতো বিজেপিয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷
বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে - বিধানসভা নিৰ্বাচন
বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক বিৰোধী উভয় পক্ষই নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৷ পিছপৰি থকা নাই বৰাক উপত্যকাও ৷ বৰাকতো বিজেপিয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ৷ বুধবাৰে বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে ৷

বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে
বৰাকত নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰে
প্ৰাৰ্থী গৰাকীৰ দাবী আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব বিজেপি প্ৰাৰ্থী ৷ পুনৰ অসমত বিজেপিৰে চৰকাৰ হ'ব ৷ কাৰণ বিজেপি উন্নয়ণত বিশ্বাসী ৷
TAGGED:
বিধানসভা নিৰ্বাচন