শিলচৰ,8 মাৰ্চঃ শিলচৰত নাৰী দিৱস পালন কৰে আবেগ নামৰ এক সামাজিক তথা সাংস্কৃতিক সংস্থাই । নাৰী দিৱস উপলক্ষে ছয়গৰাকী মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰে সংস্থাটোৱে ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে মহিলাকেইগৰাকীক এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
শিলচৰত পালন আন্তৰ্জাতিক নাৰী দিৱস - কৰ’ণা ভাইৰাছ
শিলচৰত আবেগ নামৰ এক সামাজিক সংস্থাৰ উদ্যোগত নাৰী দিৱস পালন কৰা হয় ৷ লগতে এদিন আগতীয়াকৈ ফাকুৱা উৎসৱো পালন কৰে সংস্থাটোৱে । কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ ৰং ব্যৱহাৰৰ পোষকতা কৰিছে সংস্থাটোৱে ৷
![শিলচৰত পালন আন্তৰ্জাতিক নাৰী দিৱস আন্তৰ্জাতিক নাৰী দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6340634-464-6340634-1583689850040.jpg)
আন্তৰ্জাতিক নাৰী দিৱস
আন্তৰ্জাতিক নাৰী দিৱস পালন
ইয়াৰ লগতে এদিন আগতীয়াকৈ ফাকুৱা উৎসৱো পালন কৰে সংস্থাটোৱে । কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাকৃতিক উপাদানেৰে ভৰপূৰ ৰং ব্যৱহাৰৰ পোষকতা কৰিছে সংস্থাটোৱে ৷ সমান্তৰালকৈ নৃত্য-গীতেৰে ভৰপুৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে সংস্থাটোৱে য’ত শিল্পী বিক্ৰমজিৎ বাউলিয়াই অনুষ্ঠান পৰিৱেশন কৰে ।
লগতে চাওকঃনাৰী দিৱস উপলক্ষে তামিলনাডুৰ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ