অসম

assam

ETV Bharat / state

কাছাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ - কাটিগড়া থানা

কাছাৰত কাটিগড়া থানাৰ হৰিনগৰত অঞ্জলী দাস নামৰ মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ বস্তাৰে বন্ধা আছিল মহিলাগৰাকীৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও অব্যাহত আৰক্ষীৰ তদন্ত

কাছাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

By

Published : May 9, 2019, 11:19 PM IST

  • কাছাৰত কাটিগড়া থানাৰ হৰিনগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ
  • নিহত মহিলাগৰাকীৰ নাম অঞ্জলী দাস
  • এদিন পূৰ্বে মহিলাগৰাকী নিখোজৰ গোচৰ ৰুজু হৈছিল স্থানীয় আৰক্ষী চকীত
  • হৰিনগৰৰ জনৈক চন্দন ৰাম দাসে ৰুজু কৰিছিল এই গোচৰ
  • শ্ৰীকান্ত দাস,মন্টি দাস,অপৰ্না দাস আৰু মনোমালা দাসৰ বিৰুদ্ধে দাখিল কৰিছিল গোচৰ
  • আৰক্ষীৰ তদন্তত ঘৰৰ ভিতৰতে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো
  • বস্তাৰে বন্ধা আছিল মহিলাগৰাকীৰ মৃতদেহ
  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
    কাছাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহ

ABOUT THE AUTHOR

...view details