- শিলচৰ আৰক্ষীৰ জালত আজিজুৰ ৰহমান লস্কৰ নামৰ এজন
- লগতে আশ্ৰয়দাতা সাহানুৰ হাসান মজুমদাৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে
- দুয়োকে আদালতত হাজিৰ কৰি সোধ পোচৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
- ৯ বছৰ আগতে আজিজুৰ ৰহমানে তেওঁৰ কন্যাক বিয়া দিছিল ৰহিংগীয়া আলমৰ লগত
- তাৰপাছৰ পৰা শিলচৰত বসবাস কৰি আহিছে আলম
- আলমক প্ৰথমে আশ্ৰয় দিছিলে সাহানুৰে
- অনুপ্ৰৱেশকাৰী ৰহিংগীয়াক আশ্ৰয় দিয়াৰ অভিযোগত আটক কৰা হয় দুয়োকে
ৰহিংগীয়াক আশ্ৰয় দি আৰক্ষীৰ জালত দুজন - ৰহিংগীয়া
অনুপ্ৰৱেশকাৰী ৰহিংগীয়াক আশ্ৰয় দিয়াৰ অভিযোগত শিলচৰত গ্ৰেপ্তাৰ সাহানুৰ হাসান মজুমদাৰ আৰু আজিজুৰ ৰহমান লস্কৰ
ৰহিংগীয়াক আশ্ৰয় দি আৰক্ষীৰ জালত দুজন