অসম

assam

ETV Bharat / state

শিলচৰত প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

বৃহস্পতিবাৰে শিলচৰত তিনিজন হজযাত্ৰীক আক্ৰমণ কৰা ঘটনাৰ বাবে শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰিলে বহু দল-সংগঠনে

শিলচৰত প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

By

Published : Jun 28, 2019, 9:28 PM IST

শিলচৰ,২৮জুন :

  • বৃহস্পতিবাৰে শিলচৰত আক্ৰমণ কৰা হৈছিল তিনিজন হজযাত্ৰীক
  • হজত যোৱা যাৱতীয় তথ্যৰ বাবে শিলচৰলৈ গৈছিল ধলাই সমষ্টিৰ তিনিজন লোকে
  • লোককেইজনৰ খুলি দিয়া হৈছিল মূৰৰ টুপী
  • ঘটনাৰ পাছতে প্ৰতিবাদৰ সৃষ্টি হৈছিল সৰ্বত্ৰে
  • শুকুৰবাৰেও এই ঘটনাৰ বাবে শিলচৰত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে
  • সংগঠনসমূহৰ দাবী বৰাকৰ লগতে শিলচৰক অশান্ত কৰি তুলিছে কিছু লোকে
    শিলচৰত প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ

ABOUT THE AUTHOR

...view details