অসম

assam

ETV Bharat / state

পৰাধীন ভাৰতত জন্ম, দেখিছিল স্বাধীনতা সংগ্ৰামঃ কিন্তু, সীমান্ত আৰক্ষীয়ে সজালে বিদেশী, ক'ত আৰু কাক ? - অসম আৰক্ষী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত স্বদেশীক হাৰাশাস্তি সীমান্ত আৰক্ষীৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম থকাৰ লগতে 1943 চনৰ জন্মৰ প্ৰমাণপত্ৰ থকা ব্যক্তিৰ বিৰুদ্ধে আহিল বিদেশীৰ জাননী ৷ শিলচৰত সংঘটিত হৈছে এই ঘটনা ৷ শিলচৰ নিবাসী ব্যক্তিজনৰ নাম সুনিৰ্মল বাগচি ৷ স্বাধীনতাৰ পূৰ্বেই জন্মহোৱা ব্যক্তিগৰাকীক ঘোষণা কৰা হৈছে বিদেশী ৷ 1966 আৰু 1971 চনৰ লিগেচী ডাটাত নাম থকা স্বত্বেও অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে বিদেশীৰ জাননী ৷

অসম আৰক্ষীৰ সীমান্ত শাখাৰ হাৰাশাস্তি

By

Published : Jul 3, 2019, 11:13 PM IST

শিলচৰ, 3 জুলাইঃৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নামত বৰাক উপত্যকাত প্ৰতিনিয়ত সংঘটিত হৈছে কিছুমান নাভূত-নাশ্ৰুত ঘটনা ৷ শেহতীয়াকৈ সুনিৰ্মল বাগচি নামৰ এজন লোকলৈ অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে বিদেশীৰ জাননী ৷ স্বাধীনতাৰ পূৰ্বেই জন্মগ্ৰহণ কাছাৰ জিলাৰ শিলচৰত জন্মলাভ কৰা সুনিৰ্মল বাগচিৰ ভাৰতীয় নাগৰিক হোৱাৰ প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ লগতে 1966 চন আৰু 1971চনৰ লিগেচী ডাটাত নাম থকাৰ পিচটো এইদৰে অসম আৰক্ষীৰ সীমান্ত শাখাই প্ৰেৰণ কৰিছে এই জাননী ৷

অসম আৰক্ষীৰ সীমান্ত শাখাৰ হাৰাশাস্তি

ABOUT THE AUTHOR

...view details