- শিলচৰৰ শৰতপল্লিৰ ছিলভাৰ ফেক্টৰীৰ সমীপত সোমবাৰে নিশা স্বামীগৃহত ৰহস্যজনক মৃত্যু পত্নীৰ
- পাৰিবাৰিক বিবাদৰ কাৰণেই স্বামীৰ হাতত মহিলাগৰাকী মৃত্যু হোৱাৰ অভিযোগ পত্নী পৰিয়ালৰ
- নিহত মহিলাগৰাকীৰ নাম ৰুমা শুক্লবৈদ্য
- স্বামী দেবব্ৰত শুক্লবৈদ্যৰ গৃহত দীর্ঘদিনৰ পৰাই নির্যাতিত হৈ আহিছিল ৰুমা
- কিছুদিন পূৰ্বে ৰুমাক মাৰপিট কৰি দেউতাকৰ ঘৰলৈ পঠিয়াই দিছিল স্বামীগৃহৰ লোকে
- দেউতাকৰ ঘৰৰ লোকে প্ৰাথমিক চিকিৎসা কৰি পুনৰ স্বামীগৃহলৈ পঠাই দিছিল ৰুমাক শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ
- সোমবাৰে নিশা স্বামী পৰিয়ালৰ অকথ্য অত্যাচাৰত কৰুণ মৃত্যুক সাৱতি লয় ৰুমাই
- স্বামীক গ্ৰেপ্তাৰৰ দাবীত শৱদেহ শ্মশানঘাটত লৈ যোৱাত বাধা প্ৰদান প্ৰতিবেশী লোকৰ
- বৰ্তমান ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত
শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ - স্বামীগৃহত ৰহস্যজনক মৃত্যু পত্নীৰ
পাৰিবাৰিক বিবাদৰ কাৰণেই স্বামীৰ হাতত মহিলাগৰাকী মৃত্যু হোৱাৰ অভিযোগ পত্নী পৰিয়ালৰ
![শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4123870-thumbnail-3x2-dth.jpg)
শিলচৰত স্বামীগৃহত ৰহস্যজনক মৃত্যু বোৱাৰীৰ
Last Updated : Aug 13, 2019, 6:38 PM IST