শিলচৰ, 6 নৱেম্বৰ:শিলচৰত ট্ৰাকৰ খুন্দাত নিহত দুৰ্ঘটনাত দুগৰাকী যুৱতীৰ ঘৰলৈ গৈ খবৰ ল'লে সাংসদ ডঃ ৰাজদীপ ৰায়ে ৷ যোৱা বুধবাৰে সন্ধিয়া শিলচৰ চহৰৰ মেহেৰপুৰ বীৰবল বজাৰত ট্ৰাকৰ খুন্দাত নিহত হৈছিল সোনালী দাস আৰু পম্পী দে নামৰ দুগৰাকী ছোৱালী ৷ বুধবাৰে মৃত যুৱতী দুগৰাকীৰ উপস্থিত হয় শিলচৰৰ সাংসদ ডঃ ৰাজদীপ ৰায় ৷ সাংসদগৰাকীয়ে ছোৱালী দুজনীৰ পৰিয়ালৰ লোকক লগ কৰি শোক প্ৰকাশৰ লগতে দুৰ্ভগীয়া পৰিয়ালদুটাৰ অৱস্থাৰ বুজ লয়।
শিলচৰ দুৰ্ঘটনাত নিহত দুই যুৱতীৰ ঘৰত সাংসদ ড. ৰাজদীপ ৰায়
শিলচৰত ট্ৰাকৰ খুন্দাত নিহত হোৱা পম্পী দে আৰু সোনালী দাসৰ ঘৰত সাংসদ ডঃ ৰাজদীপ ৰায় ৷ পৰিয়ালবৰ্গৰ খবৰ ল'লে সাংসদগৰাকীয়ে ৷
শিলচৰ দুৰ্ঘটনাত নিহত ছোৱালী দুগৰাকীৰ পৰিয়ালৰ কাষত সাংসদ
Last Updated : Nov 6, 2019, 8:11 PM IST