শিলচৰ, 10 জুনঃ13 জুনৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত পুনৰ আৰম্ভ হ'ব ইণ্ডিগ'ৰ বিমান পৰিসেৱা । জানিব পৰা মতে ইণ্ডিগ'ৰ 6E472/6E932 কলকতা-শিলচৰ-কলকাতা বিমানখনে সপ্তাহত তিনিদিন অৱতৰণ কৰিব কুম্ভীৰগ্ৰাম বিমান বন্দৰত । এই কথা সদৰি কৰিছে শিলচৰ বিমান বন্দৰৰ বিষয়া অর্ণব কুমাৰ দাসে ।
13 জুনৰ পৰা ইণ্ডিগ'ৰ বিমান সেৱা আৰম্ভ হ'ব শিলচৰত - শিলচৰ
ইণ্ডিগ'ৰ 6E472/6E932 কলিকটা-শিলচৰ-কলিকটা বিমানখনে সপ্তাহত তিনিদিন অৱতৰণ কৰিব কুম্ভীৰগ্ৰাম বিমান বন্দৰত ।

13 জুনৰ পৰা ইণ্ডিগ'ৰ বিমান সেৱা আৰম্ভ হ'ব শিলচৰত
উল্লেখ্য যে, কালি বাতিল কৰা হৈছিল দিল্লী-গুৱাহাটী- শিলচৰ SG 8152 স্পাইছজেট বিমানখনৰ যাত্ৰা ।
Last Updated : Jun 10, 2020, 10:35 PM IST