শিলচৰ,24 জুনঃকৰ'ণা ভাইৰাছৰ বাবে পোনপ্ৰথমবাৰৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল শিলচৰৰ ইস্কন মন্দিৰৰ ৰথযাত্ৰা । ধৰ্মীয় নীতি অনুসৰি মন্দিৰ প্ৰাংগণতে অনুষ্ঠিত কৰা হয় ৰথযাত্ৰা । এই ৰথযাত্ৰাত 50 জন ভক্তই অংশগ্ৰণ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে নিৰ্দেশনা প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে ইস্কন মন্দিৰৰ সম্পাদক নিৰ্ভয়দাস মহাৰাজজীয়ে । আনহাতে, শিলচৰৰ গৌড়ীয় মঠ, গোপাল আখড়া, হৰি মন্দিৰ, শ্যামসুন্দৰ আখড়া সহ অন্যান্য মন্দিৰসমূহৰ ৰথযাত্ৰাও এইবেলি স্থগিত ৰখা হয় ।
অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল শিলচৰৰ ইস্কন মন্দিৰৰ ৰথযাত্ৰা - Silchar Iscan tample
পোনপ্ৰথমবাৰৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল শিলচৰৰ ইস্কন মন্দিৰৰ ৰথযাত্ৰা । ধৰ্মীয় নীতি অনুসৰি মন্দিৰ প্ৰাংগণতে অনুষ্ঠিত কৰা হয় ৰথযাত্ৰা ।
![অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল শিলচৰৰ ইস্কন মন্দিৰৰ ৰথযাত্ৰা Silchar Iscan tample rath yatra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7745014-thumbnail-3x2-s.jpg)
অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল শিলচৰৰ ইস্কন মন্দিৰৰ ৰথযাত্ৰা
অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হ'ল শিলচৰৰ ইস্কন মন্দিৰৰ ৰথযাত্ৰা
লগতে পঢ়ক-কৰ'ণা সম্পৰ্কীয় বিশ্বৰ সকলো তথ্য