অসম

assam

By

Published : Mar 9, 2020, 3:15 AM IST

ETV Bharat / state

শিলচৰত নাৰী দিৱসৰ লগতে বসন্ত উৎসৱ

দেওবাৰে শিলচৰৰ বিভিন্ন সংগঠনে পালন কৰে নাৰী দিৱসৰ লগতে বসন্ত উৎসৱ । হোলী উৎসৱক কেন্দ্র কৰি যুৱক-যুৱতী বয়জেষ্ঠ লোকৰ মাজতো দেখা পোৱা যায় আনন্দৰ বতৰা ৷ এই আনন্দ-ফূৰ্তিৰ মাজতেই পালন কৰা হয় নাৰী দিৱস ৷ কিন্তু তাৰ মাজতেই নিৰ্ভয়া কাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদানৰ দিনটো জাতীয় নাৰী দিৱস পালনৰ আহ্বান ৷

শিলচৰত নাৰী দিৱসৰ লগতে বসন্ত উৎসৱ
শিলচৰত নাৰী দিৱসৰ লগতে বসন্ত উৎসৱ

শিলচৰ, 9 মাৰ্চ:সৰ্বত্ৰে কৰ’ণা ভাইৰাছৰ আতংকই সন্ত্ৰাসিত কৰিলেও শিলচৰত দেখা পোৱা যায় অনুৰূপ দৃশ্য ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগতে পালন কৰা হয় বসন্ত উৎসৱ ৷ বিভিন্ন সংগঠনৰ সহযোগত পালন কৰা হয় এই বসন্ত উৎসৱ ৷ কণ-কণ শিশুৰ পৰা বয়জেষ্ঠ লোকে অংশগ্ৰহণ কৰে নাৰী দিৱসৰ লগতে এই হোলী উৎসৱত ৷ ৰাসায়নিক ৰঙৰ পৰিৱৰ্তে প্ৰাকৃতিক ৰঙৰে ফাকু খেলাৰ আহ্বান ৷

শিলচৰত বসন্ত উৎসৱ

হোলী উৎসৱৰ উপলক্ষে নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ য’ত কণ-কণ শিশুসকলে অংশগ্ৰহণ কৰে ৷ এনেদৰেই আনন্দ-ফূৰ্তিৰেই পালন কৰে নাৰী দিৱসৰ লগতে হোলী উৎসৱ ৷ এই আনন্দ ফূৰ্তিৰ মাজতো কিন্তু নিৰ্ভয়া কাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদানৰ দিনটো জাতীয় নাৰী দিৱস হিচাপে পালন কৰিব লাগে বুলি উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details