শিলচৰ, 13 মাৰ্চঃ COVID-19 সংক্ৰমণৰ আশংকাত কাছাৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো মেলা, ৰাজহুৱা অনুষ্ঠান বন্ধ কৰিছে যদিও, গান্ধীমেলাত এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা নগ'ল ৷ মেলালৈ অহা ব্যৱসায়ী সকলে আজি তেওঁলোকৰ বিপনীসসমূহ খোলা ৰখাৰ লগতে মেলা অব্যাহত ৰখাৰ দাবীৰে শিলচৰ পৌৰসভাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ এই ঘটনাৰ খবৰ পাই কাছাৰ জিলা প্ৰশাসনৰ এক বিশাল আৰক্ষী তথা বেটেলিয়ান বাহিনীয়ে মেলালৈ গৈ জোৰকৈ বিপনী তথা প্ৰদৰ্শনী সমূহ বন্ধ কৰি দিয়ে ৷ যাক অসন্তুষ্টি প্ৰকাশ কৰিছে ব্যৱসায়ী সকলে ৷
শিলচৰ পৌৰসভাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন গান্ধীমেলাৰ ব্যৱসায়ীসকলৰ
কাছাৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো মেলা, ৰাজহুৱা অনুষ্ঠান বন্ধ কৰিছে COVID-19 সংক্ৰমণৰ আশংকাত ৷ তৎসত্বেও ব্যৱসায়ী সকলে তেওঁলোকৰ বিপনীসসমূহ খোলা ৰখাৰ লগতে মেলা অব্যাহত ৰখাৰ দাবীৰে শিলচৰ পৌৰসভাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ যাৰ বাবে কাছাৰ জিলা প্ৰশাসনৰ এক বিশাল দলে বিপনী তথা প্ৰদৰ্শনী সমূহ বন্ধ কৰে ৷
গান্ধীমেলাৰ ব্যৱসায়ীসকল