শিলচৰ,২৬ এপ্ৰিলঃ ফেচবুকত ইছলাম ধৰ্মৰ ওপৰত বিৰূপ মন্তব্য কৰি উত্তেজিত জনতাৰ ক্ষোভৰ সন্মুখীন হয় অভিযুক্ত । শুকুৰবাৰে ৰামনগৰ এলেকাত এই ঘটনাৰ প্ৰতিবাদ জনাই একত্ৰিত হয় শতাধিক যুৱক ।
ফেচবুকত বিৰূপ মন্তব্য কৰি জনৰোষৰ বলি শিলচৰৰ যুৱক - ইছলাম ধৰ্ম
ফেচবুকত ইছলাম ধৰ্মৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি উত্তেজিত জনতাৰ ক্ষোভৰ সন্মুখীন শিলচৰৰ যুৱক
ফেচবুকত বিৰূপ মন্তব্য কৰি জনৰোষৰ বলি শিলচৰৰ যুৱক
পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত লোকসকলৰ মাজৰ পৰা অভিযুক্ত যুৱকজনক উদ্ধাৰ কৰে আৰক্ষীয়ে ।