অসম

assam

ETV Bharat / state

সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশুৰ - লালবাগ চাহ-বাগিচা

লগে লগে শিশুটিক শিলচৰ মেডিকেল কলেজলৈ লৈ যায় পৰিয়ালৰ লোকে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা পাচতেই মৃত্যু হয় শিশুটিৰ ৷

সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশু

By

Published : Jun 29, 2019, 9:18 AM IST

কাছাৰ,29 জুন: কাছাৰৰ বৰখলা সমষ্টিৰ লালবাগ চাহ-বাগিচাত সৰ্প দংশনত এগৰাকী শিশুৰ মৃত্যু ৷ সাত বছৰীয়া মৃত শিশুটিৰ নাম অমিত ভূমিজ ৷ জানিব পৰা মতে, শুকুৰবাৰে বিয়লি প্ৰায় তিনি বজাত নিজ গৃহৰ ভিতৰতে এটা বিষাক্ত সাপে দংশন কৰে শিশুটিক ৷ লগে লগে শিশুটিক শিলচৰ মেডিকেল কলেজলৈ লৈ যায় পৰিয়ালৰ লোকে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতেই মৃত্যু হয় শিশুটিৰ ৷

সৰ্প দংশনত মৃত্যু সাত বছৰীয়া শিশু

ABOUT THE AUTHOR

...view details