অসম

assam

ETV Bharat / state

শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ - Run for Freedom news

শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা চহৰ খনৰ মাজ মজিয়াৰে উলিওৱা হয় একতা দৌৰ ৷

প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন

By

Published : Aug 14, 2019, 10:55 AM IST

শিলচৰ, 14 আগষ্টঃ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শিলচৰ প্ৰশাসনৰ উদ্যোগত একতাৰ দৌৰ আয়োজন কৰা হৈছে ৷ শিলচৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰা একতা দৌৰ চহৰ খনৰ মাজ মজিয়াৰে উলিওৱাৰ উপৰিও শান্তি শোভাযাত্ৰা কাৰ্যসুচীৰ ৰূপায়ণ কৰে ৷ এই অনুষ্ঠানত শিলচৰ জিলাৰ উপায়ুক্ত লয়া মাধুৰীয়ে ভাষণ প্ৰসংগত স্বাধীনতা সংগ্ৰামত বৰঙণি যোগোৱা প্ৰতিজন শ্বহীদক শ্ৰদ্ধাঞ্জলি জনায় । লগতে বিভিন্ন দল সংগঠনৰ উপৰিও বহু খেলুৱৈ, ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

প্ৰশাসনৰ উদ্যোগত একতা দৌৰ আয়োজন

ABOUT THE AUTHOR

...view details