অসম

assam

ETV Bharat / state

ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ: প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা - roushkandi

পঞ্চম দিনাও ৰোজকান্দি চাহ বাগিছাত অব্যাহত অচলাৱস্থা

ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ : প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা

By

Published : Jun 14, 2019, 10:06 PM IST

Updated : Jun 18, 2019, 10:56 AM IST

  • ৰোজকান্দি চাহ বাগিছাৰ মেনেজাৰৰ বিৰুদ্ধে বিক্ষোভ অব্যাহত চাহ শ্ৰমিকৰ ৷
  • বিষম পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা ৷
  • এই সময়ছোৱাত কোনোধৰণৰ মেল-মিটিঙ আৰু প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিব নোৱাৰিব শ্ৰমিকসকলে ৷
  • ৰোজকান্দি বাগিছাৰ মেনেজাৰ ইশ্বৰ ভাই ৱাদিয়াৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে বিগত পাঁচদিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে শ্ৰমিকে ৷
  • চাহ বাগিছাখনত হৈ থকা প্ৰতিবাদৰ বুজ ল'বলৈ বৰ্তমানেও উপস্থিত হোৱা নাই কোনো চৰকাৰী বিষয়া তথা মন্ত্ৰী-আমোলা ৷
    ৰোজকান্দি চাহ বাগিছাত বিক্ষোভ : প্ৰশাসনে জাৰি কৰিলে 144 ধাৰা
Last Updated : Jun 18, 2019, 10:56 AM IST

ABOUT THE AUTHOR

...view details