শিলচৰ, 23 আগষ্ট : কাছাৰ জিলাত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিধায়ক কিশোৰ নাথৰ । শালচাপৰা ব্লকৰ ভাংগাৰপাৰ গাঁও পঞ্চায়তৰ অধীনৰ ১৪০ টা দুখীয়া পৰিয়ালৰ মাজত ১৫ কেজি বিতৰণ কৰে বিধায়ক কিশোৰ নাথে । অনুষ্ঠানত উপস্থিত থাকে ভাংগাৰপাৰ গাঁও পঞ্চায়তৰ সভানেত্রী আস্মাতাৰা বেগমৰ প্রতিনিধি আব্দুল ৰজ্জাক, সংখ্যালঘু বিজেপি যুৱ মর্চাৰ সভাপতি বাপ্পা লস্কৰ,জিলা বিজেপিৰ সদস্য নুৰুল ইসলাম লস্কৰ, আৰু গাঁওবুঢ়া ।
দৰিদ্ৰ পৰিয়ালক চাউল বিতৰণ কিশোৰ নাথৰ - দৰিদ্ৰ পৰিয়াল
কাছাৰ জিলাৰ শালচাপৰা ব্লকৰ ভাংগাৰপাৰ গাঁও পঞ্চায়তৰ অধীনৰ ১৪০ টা দুখীয়া পৰিয়ালৰ মাজত ১৫ কেজিকৈ বিতৰণ কৰে বিধায়ক কিশোৰ নাথে ।

rice distribution