শিলচৰ, 17 ডিচেম্বৰ : আঠ দিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে বৰাক উপত্যকাত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷ বৃহস্পতিবাৰে শিলচৰত উপস্থিত হৈ ৰঞ্জিত দাসে বংগ ভৱনত দলীয়া কৰ্মী সভাত অংশগ্ৰহণ কৰে ৷ ৰঞ্জিত দাসে কৰ্মী সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীৰে মত বিনিময় জিলাখনত চলি থকা দলীয়া কাম-কাজৰ বুজ লয় ৷
আঠ দিনীয়া ভ্ৰমণসূচীৰে বৰাকত ৰঞ্জিত দাস - ৰ্মী সভাত অংশগ্ৰহণ
বৃহস্পতিবাৰে শিলচৰত উপস্থিত হৈ ৰঞ্জিত দাসে বংগ ভৱনত দলীয়া কৰ্মী সভাত অংশগ্ৰহণ কৰে ৷ ৰঞ্জিত দাসে কৰ্মী সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীৰে মত বিনিময় জিলাখনত চলি থকা দলীয়া কাম-কাজৰ বুজ লয় ৷
![আঠ দিনীয়া ভ্ৰমণসূচীৰে বৰাকত ৰঞ্জিত দাস ranjeet-kumar-das-visited-silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9916186-490-9916186-1608223802679.jpg)
আঠ দিনীয়া ভ্ৰমণসূচীৰে বৰাকত ৰঞ্জিত দাস
আঠ দিনীয়া ভ্ৰমণসূচীৰে বৰাকত ৰঞ্জিত দাস
তদুপৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে প্ৰদান কৰা ৰিপৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰি হে দলীয় টিকট প্ৰদান কৰা হ‘ব ৷
লগতে পঢ়ক: বৰদিনত অসমলৈ আহি আছে অমিত শ্বাহ