NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী - ৰাজদীপ ৰায়
কাছাৰৰ কাটিগৰা সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক লৈ ক্ষোভ প্ৰকাশ শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ৰ

NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী
কাছাৰ,14 চেপ্তেম্বৰঃ NRCত নাম অহাৰ পাচতো বিদেশী ন্যায়াধীকৰণত হাজিৰ হ'বলৈ ৮২ জন ভাৰতীয় নাগৰিকক আৰক্ষীৰ জাননী ৷ কাছাৰৰ কাটিগৰা সমষ্টিত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰিলে শিলচৰৰ সাংসদ ৰাজদীপ ৰায়ে ৷ এনে ঘটনাক দুখজনক আখ্যা দিয়াৰ উপৰিও আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তৰ লগত কথা পতা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷
NRCত নাম অহাৰ পাচতো ৮২ জন ভাৰতীয়ক আৰক্ষীৰ জাননী