অসম

assam

ETV Bharat / state

শিলচৰত কেইবাটাও মণিপুৰী সংগঠনৰ প্ৰতিবাদ

মণিপুৰী ভাষাক চৰকাৰী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ বাবে হাতে হাতে প্লে'কার্ড লৈ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে সংগঠন কেইটাই ৷

By

Published : Aug 26, 2020, 9:16 AM IST

Protest in Silchar by different organisations
শিলচৰত কেইবাটাও মণিপুৰী সংগঠনৰ প্ৰতিবাদ

শিলচৰ, 26আগষ্টঃ মণিপুৰী ভাষাক চৰকাৰী ভীষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ মঙলবাৰে MYFA, AMMPAL, AMMYF, WACBP, MMDOA সহ কেইবাটাও সংগঠনে যৌথভাবে শিলচৰ চহৰৰ ক্ষুদিৰাম প্ৰতিমূৰ্তিৰ কাষত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

শিলচৰত কেইবাটাও মণিপুৰী সংগঠনৰ প্ৰতিবাদ

মণিপুৰী ভাষাক চৰকাৰী ভাষা হিচাপে মৰ্যাদা প্ৰদান কৰাৰ বাবে হাতে হাতে প্লে'কার্ড লৈ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তুলে সংগঠনকেইটাই ৷ চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই সংগঠনৰকেইটাৰ সদস্যসকলে ৷ অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়কঃমালিগাঁৱত পুণৰ নাহৰফুটুকীৰ আতংক

ABOUT THE AUTHOR

...view details