শিলচৰ, 25আগষ্টঃ কাছাৰত অহা 27 আগষ্টৰ পৰা 4 ছেপ্টেম্বৰ পৰ্যন্ত লক ডাউনৰ বিৰোধিতাৰে শিলচৰত বিভিন্ন দল সংগঠনৰ বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী গ্ৰহণ কৰিব । সোমবাৰে শিলচৰ চহৰত থকা ডাকবাংলা পইন্টত ক্ষুদিৰাম প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে ৷
লক ডাউনৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ - ডাকবাংলা পইন্ট
লক ডাউন এতিয়া সমস্যাৰ সমাধান নহয় । একাংশ ব্যবসায়ীৰ স্বাৰ্থতহে এই লক ডাউন দিয়া হৈছে বুলি প্ৰতিবাদকাৰী সকলৰ অভিযোগ ৷

লক ডাউনৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ
লক ডাউনৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ
প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে, লক ডাউন এতিয়া সমস্যাৰ সমাধান নহয় । একাংশ ব্যৱসায়ীৰ স্বাৰ্থতহে এই লক ডাউন দিয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে ৷ কাছাৰৰ ৰাইজ এতিয়া লক ডাউনৰ পক্ষত নাই বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে ৷
লক ডাউনৰ বিৰোধিতাৰে শিলচৰত প্ৰতিবাদ
লগতে পঢ়কঃডকাইতি কৰি থকাৰ সময়তে পাঠশালা কেন্দুগুৰিত ৰাইজৰ জালত দুৰ্ধৰ্ষ ডকাইত