কাছাৰ,16 ফেব্ৰুৱাৰীঃশিৱসাগৰত বিশাল জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিজেপিৰ যুৱ মৰ্চা ৷
শিলচৰত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ - ইটাখোলা চকত ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি
ৰাহুল গান্ধীয়ে শিৱসাগৰত নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ ৷ কাছাৰৰ বিজেপিৰ যুৱ মৰ্চাই প্ৰতিবাদী সমদল বাহিৰ কৰি কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷
ৰাহুল গান্ধীৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ
ৰাহুলে শিৱসাগৰৰ নিৰ্বাচনী সভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে জিলাখনৰ যুৱ মৰ্চাই প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ লগতে ইটাখোলা চ’কত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে কংগ্ৰেছ নেতাগৰাকীৰ ৷
লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান
Last Updated : Mar 2, 2021, 2:15 PM IST