নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰাকত বাইক ৰেলী - বাইক ৰেলী
অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ মনিপুৰী ছাত্ৰ পৰিষদ
অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ মনিপুৰী ছাত্ৰ পৰিষদ
শিলচৰ, ৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বৰাকত প্ৰতিবাদ মনিপুৰী ছাত্ৰ পৰিষদ আৰু কোঁচ ৰাজবংশী ছাত্ৰ সংগঠনে । বিধেয়কখনৰ বিৰোধিতাৰে দেওবাৰে শিলচৰত বিশাল বাইক ৰেলি উলিয়াই নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,বিজেপি গ' বেক, আৰ এছ এছ গ'বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠন দুটাই । ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে বৰাকত অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ সংগঠন দুটাৰ ।