- চাকৰিৰ পৰা নিলম্বিত হ’ল কাছাৰ কলেজৰ অধ্যক্ষ (Suspended Principal of Cachar College)
- নিলম্বিত অধ্যক্ষজনৰ নাম সিদ্ধাৰ্থ শংকৰ নাথ
- চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ অধ্যক্ষগৰাকী বিৰুদ্ধে (Principal of Cachar College suspended for alligation irregularities)
- এই অভিযোগতে কাছাৰ আৰক্ষীয়ে আটক কৰিছিল অধ্যক্ষগৰাকীক
- তাৰ পাচতে কর্তব্যত গাফিলতিৰ অভিযোগত উচ্চ শিক্ষা বিভাগেও ঘোষণা কৰিছিল তদন্ত
- দীর্ঘ বিৰতিৰ পিছত উচ্চ শিক্ষা সঞ্চালকে ঘটনাৰ সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰে তদন্তৰ কাছাৰ কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন
- লগতে সাময়িকভাৱে চাকৰিৰ পৰা নিলম্বিত কৰা হ’ল অধ্যক্ষগৰাকীক