শিলচৰ, 30 জানুৱাৰীঃ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকাৰ ফলত বিভিন্ন সমস্যাৰ সম্মুখীন হৈ আহিছে কাগজ কল দুটাৰ কৰ্মচাৰীসকল ৷ কাগজ কল দুটাৰ কৰ্মচাৰী সকলে দীৰ্ঘ দিনৰ পৰা চৰকাৰক উদ্যোগ দুটা কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাই আহিছে যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
নগাঁও আৰু কাছাৰ কাগজ কলৰ 80 গৰাকী শ্ৰমিকৰ অকাল বিয়োগ - মৃত্যুক সাৱটি লৈছে
বৰ্তমান পৰ্যন্ত কল দুটাৰ 80 গৰাকীকৈ শ্ৰমিকে মৃত্যুক সাৱটি লৈছে ৷ শুকুৰবাৰে মৃত শ্ৰমিকসকলৰ সদগতি কামনাৰে জইন্ট একশন কমিটি অফ ৰিকগনাইজ ইউনিয়নৰ কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে 11 ফ্ৰেব্ৰুৱাৰীত এক শোক সভাৰ আয়োজন কৰিব বুলি জানিবলৈ দিছে ৷

নগাঁও আৰু কাছাৰ কাগজ কলৰ 80 গৰাকী শ্ৰমিকৰ অকাল বিয়োগ
নগাঁও আৰু কাছাৰ কাগজ কলৰ 80 গৰাকী শ্ৰমিকৰ অকাল বিয়োগ
উল্লেখযোগ্য যে,বৰ্তমান পৰ্যন্ত কল দুটাৰ 80 গৰাকীকৈ শ্ৰমিকে অকাঁল মৃত্যুক সাৱটি লৈছে ৷ শুকুৰবাৰে মৃত শ্ৰমিক সকলৰ সদগতি কামনাৰে জইন্ট একচন কমিটি অফ ৰিকগনাইজ ইউনিয়নৰ কাছাৰ কাগজ কল আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰী সকলে 11 ফ্ৰেব্ৰুৱাৰীত এক শোক সভাৰ আয়োজন কৰিব বুলি জানিবলৈ দিছে ৷
লগতে পঢ়কঃ বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন
Last Updated : Jan 30, 2021, 10:07 AM IST