শিলচৰ,26 এপ্ৰিল: লক ডাউনৰ বাবে কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা শ শ লোকে দেওবাৰে প্ৰশাসনৰ সহযোগত নিজ গৃহ অভিমুখে ৰাওনা হয় ৷ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম অনুসৰি এইদৰে নিজ গৃহলৈ যাত্ৰা কৰে আবদ্ধ হৈ থকা লোকসকলে ৷
নিজ গৃহ অভিমুখে ৰাওনা বৰাকত আবদ্ধ বহু লোক - People homing back
চৰকাৰে বান্ধি দিয়া নীতি নিয়ম অনুসৰি এইদৰে নিজ গৃহলৈ যাত্ৰা কৰে আবদ্ধ হৈ থকা লোকসকলে ৷
![নিজ গৃহ অভিমুখে ৰাওনা বৰাকত আবদ্ধ বহু লোক People homing back under strong vigilance](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6949930-thumbnail-3x2-p1.jpg)
নিজ গৃহ অভিমুখে ৰাওনা বৰাকত আৱদ্ধ বহু লোক
নিজ গৃহ অভিমুখে ৰাওনা বৰাকত আৱদ্ধ বহু লোক
এই সময়ছোৱাত জিলা কেইখনৰ বাকীসকল লোকে লক ডাউনৰ নিয়ম মানি চলিছে নে নাই সেই সন্দৰ্ভত আই এচ বিটি আৰু আন কিছুমান ঠাইত তালাচী চলাই আৰক্ষীয়ে ৷ হাইলাকান্দি জিলাৰ কালীনগৰ আৰু ঠাণ্ডাপুৰত আৰক্ষী আৰু চিকিৎসা কৰ্মীৰ দলে চলাই তালাচী অভিযান ৷
লগতে পঢ়কঃ ধুবুৰীত স্বাস্থ্য বিভাগৰ তত্বাবধানত আৰম্ভ হ'ল ৰেণ্ডম টেষ্ট