অসম

assam

ETV Bharat / state

চিকিৎসক নাই শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়ত - চিকিৎসক নাই শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়ত

ঘোৰ অনিয়মৰ মাজত শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয় ৷ নাই চিকিৎসক,নাই ঔষধ,অপেক্ষাৰত শতাধিক ৰোগী

চিকিৎসকৰ অপেক্ষাত শতাধিক ৰোগী

By

Published : Aug 27, 2019, 11:14 PM IST

Updated : Sep 9, 2019, 2:19 PM IST

শিলচৰ, 27 আগষ্ট : ঘোৰ অনিয়মৰ মাজেৰে চলিছে শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক চিকিৎসালয়! শতাধিক ৰোগী ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থকাৰ পাছতো চিকিৎসালয়ত উপস্থিত নহ'ল এজনো চিকিৎসক। যি কেইজন চিকিৎসক আছে তেওঁলোকো কেতিয়াবাহে আহে চিকিৎসালয়খনলৈ। নাই শিশু ৰোগৰ চিকিৎসক ৷ লগতে চিকিৎসালয়ত নাই পৰ্যাপ্ত ঔষধ ৷ ফলত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰোগীৰ লগতে স্থানীয় ৰাইজ ৷

চিকিৎসকৰ অপেক্ষাত শতাধিক ৰোগী
Last Updated : Sep 9, 2019, 2:19 PM IST

ABOUT THE AUTHOR

...view details